Prime Day

Como cliente Amazon Prime obtén 3 meses de Audible gratis

Diseño de la portada del título Anuradhar Desh

Anuradhar Desh

Muestra
Pagar 7,09 € con prueba
Después de los 30 días, 9,99 €/mes. Cancela tu siguiente plan mensual cuando quieras.
Disfruta de más de 90.000 títulos de forma ilimitada.
Escucha cuando y donde quieras, incluso sin conexión
Sin compromiso. Cancela tu siguiente plan mensual cuando quieras.

Anuradhar Desh

De: ফনীন্দ্ৰ কুমাৰ দেৱচৌধুৰী
Narrado por: Bhaskarjyoti Acharjya
Pagar 7,09 € con prueba Pagar 7,09 € con prueba

Después de los 30 días, 9,99 €/mes. Cancela cuando quieras.

Después de los 30 días, 9,99 €/mes. Cancela cuando quieras.

Compra ahora por 10,19 €

Compra ahora por 10,19 €

Ahorros de temporada | 0,99 € al mes durante los primeros 3 meses

9,99 €/mes después. Se aplican condiciones. Cancela mensualmente.
ঔপন্যাসিক ফণীন্দ্ৰ কুমাৰ দেৱচৌধুৰী ১৯৭৯ চনৰ পৰা ১৯৮৪ চনলৈ উৰিষ্যাৰ সমুদ্ৰতীৰৱৰ্তী পাৰাদ্বীপত তৈল অনুসন্ধান কাৰ্য্যত ব্যস্ত আছিল। সেই সময়ৰ বাস্তৱ কাহিনীৰ সৈতে কল্পনাৰ মিশ্ৰণ ঘটাই তেখেতে ১৯৮৬ চনত লিখা আৰম্ভ কৰিছিল 'অনুৰাধাৰ দেশ'। প্ৰান্তিকৰ পাতত ধাৰাবাহিকভাৱে প্ৰকাশ হৈ জনপ্ৰিয়তাৰ তুংগত উঠা এই উপন্যাসখন আজিও অসমীয়া কিতাপ বিক্ৰীৰ অভিলেখৰ শীৰ্ষ তালিকাত অৱস্থিত। তৈলখননৰ পটভূমিত ৰচা বোধকৰোঁ একমাত্ৰ এই উপন্যাসখনে ১৯৯৩ চনত অসম সাহিত্য সভাৰ বিষ্ণু ৰাভা বঁটাও লাভ কৰিছিল। মানৱীয় বিচাৰ-বুদ্ধি, সহজাত অনুভূতিৰ মাজৰ দ্বন্দ আৰু জীৱনৰ সূক্ষ্ম অথচ বৃহৎ খুটিনাতি উন্মোচন কৰা এই উপন্যাস এইবাৰ এয়া, ষ্টৰীটেলত।©2021 Storyside IN (P)2021 Storyside IN Literatura de género Narrativa literaria
adbl_web_anon_alc_button_suppression_t1
No hay reseñas aún