Prime Day

Como cliente Amazon Prime obtén 3 meses de Audible gratis

Diseño de la portada del título Boragi Nodir Ghat

Boragi Nodir Ghat

Muestra

Suscríbete a la prueba gratuita para poder disfrutar de este libro a un precio exclusivo para suscriptores

Pagar 7,69 € con prueba
Después de los 30 días, 9,99 €/mes. Cancela tu siguiente plan mensual cuando quieras.
Disfruta de más de 90.000 títulos de forma ilimitada.
Escucha cuando y donde quieras, incluso sin conexión
Sin compromiso. Cancela tu siguiente plan mensual cuando quieras.

Boragi Nodir Ghat

De: অনুৰাধা শৰ্মা পূজাৰী
Narrado por: Sasanka Samir
Pagar 7,69 € con prueba

Después de los 30 días, 9,99 €/mes. Cancela cuando quieras.

Compra ahora por 10,99 €

Compra ahora por 10,99 €

Acerca de este título

এটা মধ্য আৰু নিম্নবিত্তৰ অঞ্চলত হঠাতে খলকনি তুলিলে এটা নামে। মিচেছ খান্না। কিন্তু কোন এই মিচেছ খান্না? হাইকামাণ্ড ষ্টোৰৰ ধৰণী দলেৰ লগত কেনেকৈ যোগাযোগ হ'ল মিচেছ খান্নাৰ? ধৰণীৰ দোকানখনৰ নামেই বা কিয় হাইকামাণ্ড ষ্টোৰ? মিচেছ খান্নাক লগ পোৱাৰ পিছত কিয় নয়নতৰাৰ কথাই আমনি কৰিছিল ধৰণীক? কোন আছিল নয়নতৰা? কিয় কৈছিল নয়নতৰাই - তুমি কোৱা অবৈধ অশ্লীলতা এইবোৰ মই নুবুজোঁ। চন্দ্ৰক মই মনেৰে ঘিণ কৰোঁ, অথচ চন্দ্ৰক দেহাটো সদায় দিবলৈ বাধ্য। তুমি মোৰ বিবাহিত পুৰুষ নহয়, অথচ স্ব-ইচ্ছাই তোমাৰ বুকুত মই সোমাই আছোঁ। চকুৰ আগতে সলনি হৈ গৈছিল সময়। মানুহবোৰৰ মনবোৰ সলনি হৈ গৈছিল। সলনি হোৱা মানুহবোৰৰ কথাবোৰে আঘাট কৰিছিল ধৰণীক। কিন্তু কিয়? মনৰ মাজত দোলা দি থকা কথাবোৰ বাস্তৱ হ'ল নে? মিচেছ খান্নাৰ কি হ'ল? এই সকলোখিনি জানিবলৈ 'ষ্টৰীটেল' যোগে শুনক প্ৰখ্যাত সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰীৰ উপন্যাস "ব'ৰাগী নদীৰ ঘাট"।©2022 Storyside IN (P)2022 Storyside IN Literatura de género Narrativa literaria
No hay reseñas aún