Prime Day

Como cliente Amazon Prime obtén 3 meses de Audible gratis

Diseño de la portada del título Felani

Felani

Muestra

Suscríbete a la prueba gratuita para poder disfrutar de este libro a un precio exclusivo para suscriptores

Pagar 12,59 € con prueba
Después de los 30 días, 9,99 €/mes. Cancela tu siguiente plan mensual cuando quieras.
Disfruta de más de 90.000 títulos de forma ilimitada.
Escucha cuando y donde quieras, incluso sin conexión
Sin compromiso. Cancela tu siguiente plan mensual cuando quieras.

Felani

De: অৰূপা পটংগীয়া কলিতা
Narrado por: Meenakshi Devi
Pagar 12,59 € con prueba

Después de los 30 días, 9,99 €/mes. Cancela cuando quieras.

Compra ahora por 17,99 €

Compra ahora por 17,99 €

ফটাকানিৰ দৰা কইনাক কাপোৰ পিন্ধোৱা বয়সতে বিধৱা হৈছিল মৌজাদাৰৰ জীয়েক ৰত্নমালা। মৌজাদাৰৰ ঘৰখন মৰিশালি যেন হৈ পৰিল। বিধৱা জীয়েকৰ মুখত হাঁহি বিৰিঙাবলৈ জীয়েকক পঠিয়াই দিয়ে খুৰাক কুলধৰ বৰুৱাৰ সৈতে। ৰত্নমালা যেন সলনি হৈ আহে লাহে লাহে। ৰত্নমালাহঁতৰ হাতীজনীৰ নামো ৰত্নমালা। তাইয়ে দিয়া নাম। সেই ৰত্নমালাৰ মাউট কিনাৰাম বড়ো। মৌজাদাৰৰ জীয়ৰী ৰত্নমালা আৰু কিনাৰাম বড়োৰ মাজত গঢ়ি উঠে এক সম্পৰ্ক। হঠাতে যেন সলনি হয় কাহিনীৰ দৃশ্যপট। খুড়াকৰ ঘৰৰ পৰা ৰাতিয়েই মানুহ ৰত্নমালা আৰু হাতী ৰত্নমালা নোহোৱা হ'ল। তাৰ পিছত হাতী ৰত্নমালা ঘূৰি আহিল। কিন্তু মানুহ ৰত্নমালা নাহিল। মৃত্যুক সাৱটি লোৱা ৰত্নমালাই এৰি গ'ল যুতিমালাক। যুতিমালাৰ কেঁচুৱা অৱস্থাতে গুলিবিদ্ধ অৱস্থাত উদ্ধাৰ হ'ল কিনাৰাম বড়োৰ মৃতদেহ। যুতিমালাৰ জীৱনলৈ আহিল ক্ষিতিষ ঘোষ নামৰ এজন বঙালী সম্প্ৰদায়ৰ লোক। এখন সুখৰ সংসাৰ যুতিমালা আৰু ক্ষিতিষ ঘোষৰ। পুনৰ সলনি দৃশ্যপট। আৰম্ভ হৈছিল অশান্ত সময়। কেউফালে বন্দুক-বাৰুদৰ খেলা হৈছিল। জাতিগত সংঘৰ্ষত নিথৰ হৈ পৰিল ক্ষিতিষ ঘোষ। ক্ষিতিষৰ ঘৰত জুই লগাই দিছিল। জুইৰ তাপে দহি নিছিল যুতিমালাক। তাইৰ বুকুৰ কেঁচুৱাকনক কোনোবাই পেলাই দিছিল কাষৰ পুখুৰীটোত। কিন্তু ভাগ্যৰ বলত জীয়াই আছিল সেই কেঁচুৱাটি। তাইয়ে আছিল ফেলানী। এই ফেলানীৰ বিয়া হৈছিল লম্বোদৰলৈ। কেনে আছিল ফেলানীৰ জীৱন? সুখৰ হৈছিল নে? শেষ পৰিণতি কি হ'লগৈ ফেলানীৰ? গোষ্ঠীগত সংঘৰ্ষই বাৰে বাৰে তচনচ কৰি পেলোৱা মানুহবোৰৰ জীৱন সংগ্ৰামৰ দস্তাবেজ, প্ৰখ্যাত ঔপন্যাসিক অৰূপা পটঙ্গীয়া কলিতাৰ জনপ্ৰিয় উপন্যাস 'ফেলানী' এইবাৰ শুনক ষ্টৰীটেলত।©2021 Storyside IN (P)2021 Storyside IN Afroamericana Misterio
adbl_web_anon_alc_button_suppression_t1
No hay reseñas aún