Prime Day

Como cliente Amazon Prime obtén 3 meses de Audible gratis

Diseño de la portada del título Nilkanthi Braj

Nilkanthi Braj

Muestra
Pagar 9,49 € con prueba
Después de los 30 días, 9,99 €/mes. Cancela tu siguiente plan mensual cuando quieras.
Disfruta de más de 90.000 títulos de forma ilimitada.
Escucha cuando y donde quieras, incluso sin conexión
Sin compromiso. Cancela tu siguiente plan mensual cuando quieras.

Nilkanthi Braj

De: মামণি ৰয়ছম গোস্বামী
Narrado por: Pranami Das
Pagar 9,49 € con prueba Pagar 9,49 € con prueba

Después de los 30 días, 9,99 €/mes. Cancela cuando quieras.

Después de los 30 días, 9,99 €/mes. Cancela cuando quieras.

Compra ahora por 13,59 €

Compra ahora por 13,59 €

Ahorros de temporada | 0,99 € al mes durante los primeros 3 meses

9,99 €/mes después. Se aplican condiciones. Cancela mensualmente.
ধৰ্ম ধ্বজা বহনকাৰী ব্ৰজ। ভক্তিত গদগদ হৈ থকা ব্ৰজবাসী। ভক্তিপীঠ ব্ৰজলৈ আগমন ঘটে বহু ভক্তৰ। জীৱনৰ মূখ্য উদ্দেশ্য বিচাৰি, জীৱনৰ মুক্তি বিচাৰি আগমন ঘটা ভক্তৰ মাজত সৌদামিনীৰ দৰে কোনো বিধবা থাকে, যি মানিব নোখোজে ইহজন্ম, পৰজন্মৰ কথা। থাকে মৃণালিনীৰ দৰে জী, যিয়ে পিতৃ মাতৃৰ শুশ্ৰূষাৰ বাবে পাৰ কৰি দিয়ে এটা এটা বসন্ত। থাকে শশীৰ দৰে গাভৰু বিধৱা, যি নিজৰ শৰীৰটো বচাবৰ বাবে হৈ পৰে কাৰোবাৰ ৰক্ষিতা। পৃষ্ঠাই পৃষ্ঠাই বৰ্ণিত হোৱা ব্ৰজৰ ৰাধেশ্যামী সকলৰ যন্ত্ৰণাদগ্ধ কাহিনীয়ে বুকুৰ মাজত এটা আচৰিত বিষৰ সৃষ্টি কৰে। কেনে ধৰণৰ জীৱন যাপন কৰে ব্ৰজৰ ৰাধেশ্যামী বুঢ়ীসকলে? ঔদ্ধদেহিকৰ বাবে নাখাই নবৈ সাঁচি যোৱা এটা এটা আধলিৰ কাহিনী.. জানিবলৈ শুনক ষ্টৰীটেল যোগে জ্ঞানপীঠ বঁটা বিজয়ী প্ৰখ্যাত ঔপন্যাসিক মামণি ৰয়ছম গোস্বামীৰ মৰ্মস্পৰ্শী তথা কালজয়ী উপন্যাস 'নীলকণ্ঠী ব্ৰজ'। Ciencias sociales
adbl_web_anon_alc_button_suppression_t1
No hay reseñas aún