Prime Day

Como cliente Amazon Prime obtén 3 meses de Audible gratis

Diseño de la portada del título Samayar Pristha

Samayar Pristha

Muestra
Pagar 13,09 € con prueba
Después de los 30 días, 9,99 €/mes. Cancela tu siguiente plan mensual cuando quieras.
Disfruta de más de 90.000 títulos de forma ilimitada.
Escucha cuando y donde quieras, incluso sin conexión
Sin compromiso. Cancela tu siguiente plan mensual cuando quieras.

Samayar Pristha

De: অনুৰাধা শৰ্মা পূজাৰী
Narrado por: Liucinya Borchetia
Pagar 13,09 € con prueba Pagar 13,09 € con prueba

Después de los 30 días, 9,99 €/mes. Cancela cuando quieras.

Después de los 30 días, 9,99 €/mes. Cancela cuando quieras.

Compra ahora por 18,71 €

Compra ahora por 18,71 €

Ahorros de temporada | 0,99 € al mes durante los primeros 3 meses

9,99 €/mes después. Se aplican condiciones. Cancela mensualmente.
ভাৰতত সংবাদ পত্ৰৰ ইতিহাস দুশ বছৰৰো অধিক পুৰণি। গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰূপে পৰিগণিত সংবাদ মাধ্যম হৈছে সমাজৰ দাপোন। গণতন্ত্ৰৰ সফলতাৰ মূল চৰ্ত জনগণৰ ৰাজনৈতিক, সামাজিক সচেতনতা বৃদ্ধি কৰা। এনে সচেতনতা গঢ়ি উঠিবলৈ জনসাধাৰণৰ সাম্প্ৰতিক ঘটনাক্ৰমৰ লগত পৰিচিতি থকাৰ দৰকাৰ। সমাজ আৰু সমাজ গঠনকাৰী জনগণৰ মাজৰ এই যুগসূত্ৰই হৈছে সংবাদ মাধ্যম। যোৱা ডেৰকুৰি বছৰৰো অধিক কাল দৈনিক কাকতসমূহৰ সৈতে সমানে ফেৰ মাৰি অসমীয়া সাপ্তাহিক কাকত ‘সাদিন’-এ নিৰৱচ্ছিন্নভাৱে সমাজলৈ সেৱা আগবঢ়াই আহিছে। এই সাদিনৰ এটি অতিকৈ মনোগ্ৰাহী পৃষ্ঠা, সম্পাদক-বিশিষ্ট লেখিকা অনুৰাধা শৰ্মা পূজাৰীৰ ‘প্ৰথম পৃষ্ঠাৰ চিন্তা’। সমাজৰ অতি স্পৰ্শকাতৰ বিষয় কিছুমানক লৈ লিখা এই স্তম্ভলেখা যেন কেৱল লেখিকাগৰাকীৰ মনৰে নহয়, প্ৰত্যেকজন সচেতন নাগৰিকৰ হিয়াৰ দাপোন। যি এক মূহুৰ্তৰ বাবে হ’লেও চুই যাব, এপলক থমকি ভাবিবলৈ বাধ্য কৰাব আপোনাক, মোক, সকলোকে। এই স্তম্ভলেখাৰ কিছুসংখ্যক বচা বচা লেখাৰ জুমুঠি, এয়া - ‘সময়ৰ পৃষ্ঠা’। Ensayos
adbl_web_anon_alc_button_suppression_t1
No hay reseñas aún