Prime Day

Como cliente Amazon Prime obtén 3 meses de Audible gratis

Diseño de la portada del título Sita

Sita

Muestra
Pagar 13,09 € con prueba
Después de los 30 días, 9,99 €/mes. Cancela tu siguiente plan mensual cuando quieras.
Disfruta de más de 90.000 títulos de forma ilimitada.
Escucha cuando y donde quieras, incluso sin conexión
Sin compromiso. Cancela tu siguiente plan mensual cuando quieras.

Sita

De: আমিশ ত্ৰিপাঠী, Bijit Borthakur - translator
Narrado por: Aichenga Baruah
Pagar 13,09 € con prueba Pagar 13,09 € con prueba

Después de los 30 días, 9,99 €/mes. Cancela cuando quieras.

Después de los 30 días, 9,99 €/mes. Cancela cuando quieras.

Compra ahora por 18,71 €

Compra ahora por 18,71 €

Ahorros de temporada | 0,99 € al mes durante los primeros 3 meses

9,99 €/mes después. Se aplican condiciones. Cancela mensualmente.
মিথিলাৰ ৰজা জনক আৰু ৰাণী বসুমতীয়ে যজ্ঞভূমিত হাল বাওঁতে সীৰলুত পোৱা পালিতা কন্যা, ৰামায়ণ মহাকাব্যৰ মূল নায়িকা 'সীতা'ক বৰ্তমান সময়ৰ আটাইতকৈ জনপ্ৰিয় লেখক আমিশ ত্ৰিপাঠীয়ে এক অনন্য ৰূপত পৰিৱেশন কৰিছে তেখেতৰ ৫৫ লাখতকৈয়ে বেছি বিক্ৰী হোৱা গ্ৰন্থ 'সীতা : মিথিলাৰ যোদ্ধা'ত৷ 'সীতা : মিথিলাৰ যোদ্ধা' আমিশৰ ৰামচন্দ্ৰ ত্ৰয়োবৃত্তৰ দ্বিতীয়খন গ্ৰন্থ৷ ৩৪০০ খ্ৰীষ্টপূৰ্ব ভাৰতবৰ্ষলৈ বৰ্তমানৰ লেখকে আমাক লৈ গৈছে, যেতিয়া ভাৰতবৰ্ষখনক সকলো ফালৰ পৰা ঘেৰি লৈছিল বিভাজন, অসন্তুষ্টি আৰু দৰিদ্ৰতাই৷ ৰাক্ষসপতি লংকাৰ অধীশ্বৰ ৰাৱণে সপ্তসিন্ধুৰ এই বিভাজন, অৰাজনতাৰ সুযোগ ল’বলৈ অপেক্ষা কৰি আছিল৷ এনে সময়তে সপ্তসিন্ধুৰ দুই জনহিতকাৰী জাতিয়ে হাত মিলালে ভাৰতবৰ্ষৰ বৃহত্তৰ কল্যাণৰ বাবে৷ তেওঁলোকে সন্মিলিতভাবে সন্ধান কৰিছিল এজন ত্ৰাণকৰ্তাৰ–এজন অৱতাৰৰ– এজন বিষ্ণুৰ৷ দুটা জাতিৰ সন্মিলিত প্ৰয়াসে ফল ধৰিছিল -মিথিলাৰ দৰে এখন অখ্যাত আৰু শক্তিহীন ৰাজ্যৰ ৰাজকন্যাক তেওঁলোকে নিৰ্বাচন কৰিছিল পৰৱৰ্তী বিষ্ণু ৰূপে৷ সীতাৰ স্বয়ম্বৰ আৰু শক্তিশালী অযোধ্যাৰ ৰাজকুমাৰ ৰামৰ দ্বাৰা সীতাৰ পাণিগ্ৰহণে তেওঁলোকৰ নিৰ্বাচন শুদ্ধতাকে পুনৰবাৰ প্ৰমাণ কৰিলে৷ পাছৰ কাহিনীখিনি সকলোৰে জ্ঞাত হোৱা সত্ত্বেও সীতাৰ বাল্যকালৰ বৰ্ণনা, য’ত মূল বাল্মীকিৰ ৰামায়ণো আনবোৰ ৰামায়ণবোৰৰ দৰেই নিমাত, আধুনিক মহাকাব্যিক লেখক আমিশৰ কলমত জীৱন্ত আৰু Cinematic হৈ উঠিছে।৷ জনপ্ৰিয় ইংৰাজী প্ৰবাদটোক অলপ সলনি কৰি ক’ব পাৰি Hearing is believing- শুনিলেহে বিশ্বাস কৰিব পাৰি৷ আহকচোন শুনো আৰু আমিশৰ যাদুকৰী বৰ্ণনাক বিশ্বাস কৰোঁ৷ Ficción cristiana Literatura de género
adbl_web_anon_alc_button_suppression_t1
No hay reseñas aún