Prime Day

Como cliente Amazon Prime obtén 3 meses de Audible gratis

Diseño de la portada del título Tejimolar Maakor Xadhu

Tejimolar Maakor Xadhu

Muestra

Suscríbete a la prueba gratuita para poder disfrutar de este libro a un precio exclusivo para suscriptores

Pagar 10,69 € con prueba
Después de los 30 días, 9,99 €/mes. Cancela tu siguiente plan mensual cuando quieras.
Disfruta de más de 90.000 títulos de forma ilimitada.
Escucha cuando y donde quieras, incluso sin conexión
Sin compromiso. Cancela tu siguiente plan mensual cuando quieras.

Tejimolar Maakor Xadhu

De: মৃদুল শৰ্মা
Narrado por: Seema Boruah
Pagar 10,69 € con prueba

Después de los 30 días, 9,99 €/mes. Cancela cuando quieras.

Compra ahora por 15,29 €

Compra ahora por 15,29 €

বুঢ়ী আইৰ সাধুৰ অন্তগৰ্ত তেজীমলাৰ সাধুৰ কথা কোনে নাজানে? নিষ্ঠুৰ মাহীমাকৰ অত্যাচাৰৰ বলি হোৱা তেজীমলাৰ সাধুৱে বুকুখনত কিবা এটা যন্ত্ৰণাৰ সৃষ্টি নকৰেনে? কিয় কৰিছিল ইমান অত্যাচাৰ মাহীমাকে, সেই কথা সাধুটোৱে কৈ গৈছে। কিন্তু সাধুটোক যদি অকনমান বেলেগ দৃষ্টিকোণৰ পৰা চাবলৈ চেষ্টা কৰে হয়তো কথাবোৰ বেলেগ হ'ব পাৰে। এই কাহিনী তেজীমলাৰ কাহিনী নহয়। এই কাহিনী তেজীমলাৰ মাক সুমিত্ৰাৰ কাহিনী। আছিল নেকি তেজীমলাৰ মাহীমাকৰ নাম সুমিত্ৰা আৰু পিতাকৰ নাম ভোগেশ্বৰ অথবা ভোগাই। কি পৰিস্থিতিত, কি কাৰণত তেজীমলাৰ পিতাকে সুমিত্ৰাক বিয়া পাতিব লগিয়া হৈছিল? সুখৰ আছিল নে সেই সংসাৰ? বিয়াৰ প্ৰথম নিশাতে সুমিত্ৰাক বিচনাত এৰি ক'ত গুছি গৈছিল ভোগেশ্বৰ? বহাগীৰ সৈতে অবৈধ সম্পৰ্ক এটাৰে বান্ধ খাই থকা ভোগেশ্বৰৰ প্ৰতি জমা হৈছিল নেকি সুমিত্ৰাৰ মনত ক্ষোভৰ? সুমিত্ৰাই প্ৰকৃততে তেজীমলাক হত্যা কৰা নাছিল। তেন্তে কিয় বাৰে বাৰে কৈ আছিল তেজীমলাক হত্যা কৰাৰ কথা। মানসিকভাৱে ভাগি পৰিছিল সুমিত্ৰা। অত্যাধিক মানসিক যন্ত্ৰণাই বুকুত চাপৰ সৃষ্টি কৰিছিল। আৰু তাৰ পৰিণতিত সুমিত্ৰা মানসিক ৰোগী হৈ পৰিছিল। কিন্তু কিয়? সত্য নে এই কাহিনী? এই সকলোখিনি জানিবলৈ 'ষ্টৰীটেল' যোগে শুনক ঔপন্যাসিক মৃদুল শৰ্মাৰ আঁক-বাঁক উপন্যাস বঁটাপ্ৰাপ্ত উপন্যাস 'তেজীমলাৰ মাকৰ সাধু' সীমা বৰুৱাৰ কণ্ঠত। Literatura de género
adbl_web_anon_alc_button_suppression_t1
No hay reseñas aún